অসম

বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা…

asomiyapratidin
  • ২০২১ বৰ্ষৰ 'নেতাজী গৰিমা' বঁটা প্ৰদান।
  • বিশিষ্ট গীতিকাৰ, সাহিত্যিক তথা সমাজ সেৱিকা এলী আহমেদলৈ এই বঁটা আগবঢ়োৱা হৈছে।
  • শনিবাৰে সদৌ অসম নেতাজী জন্মজয়ন্তী উদযাপন সমিতিয়ে কৰিলে এই ঘোষণা।