বৈঠালাংছৰ বিহিন্দ্ৰগাঁৱত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ।গাঁওখনৰ এটা নলাত দেওবাৰে পুৱা স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো।মৃত হাতীটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগৰ লোকক।খাদ্যত বিষক্ৰিয়া হৈ হাতীটোৰ মৃত্যু ঘটাৰ সন্দেহ ।