বাক্সাৰ বাৰাপেটাত বনৰীয়া হাতীৰ আক্ৰমণ।হাতীৰ আক্ৰমণত নিহত এজন লোক।লোকজনৰ নাম জয়দেৱ দাস।এই ঘটনাত আহত হৈছে লোকজনৰ বিশেষভাৱে সক্ষম পুত্ৰৰ।ইফালে খবৰ দিয়াৰ পিছতো সঁহাৰি নিদিলে বনবিভাগে।বন বিভাগৰ ওপৰত ক্ষুব্ধ অঞ্চলবাসী।