অসম

ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি

Asomiya Pratidin
  • ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি।

  • মঙলবাৰে দুপৰীয়া ২বাজি ২৮ মিনিটত অনুভূত হয় মৃদু ভূমিকম্পৰ জোকাৰণি।

  • অৱশ্যে ভূমিকম্পটোৰ অভিকেন্দ্ৰ এতিয়ালৈ জানিব পৰা হোৱা নাই।

  •  ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য ৪.০।