অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভূমিকম্প।বিয়লি ৩.৪৭ বজাত অনুভূত হৈছিল কম্পন।ৰিখতাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৫।এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ভাৰত ম্যানমাৰ।