অসম

পুৱাই ৪.৭ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য

Asomiya Pratidin
  • ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।

  • মৃদু প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য।

  • ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৪.৭।

  • ১০বাজি ৬ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

  • ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ পৰা ১৩কিলোমিটাৰ নিলগত।

  • এতিয়ালৈকে কোনো ক্ষয় ক্ষতিৰ বাতৰি অহা নাই।