অসমত ভূমিকম্পৰ জোকাৰণি।সৰ্বাধিক জোকাৰণি অনুভূত হয় শিলচৰত।নিশা ৮.১৩ বজাৰ পৰা ৮.১৫ বজাৰ ভিতৰত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।গুৱাহাটীতো দেখিবলৈ পোৱা যায় ভূমিকম্পৰ প্ৰভাৱ।ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৫.১।মিজোৰামতো জোকাৰণি অনুভূত হয়।