অসম

ভূমিকম্পই জোঁকাৰিলে মহানগৰী…

asomiyapratidin
  • ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল।
  • কেইবা ছেকেণ্ড ধৰি অনুভূত এই ভূমিকম্প।
  • দিনৰ ১২.৪০ বজাত অনুভূত হৈছিল জোকাৰণি।
  • ক্ষয়ক্ষতিৰ সন্দৰ্ভত কোনো বাতৰি লাভ কৰা হোৱা নাই।