অসম

আকৌ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

asomiyapratidin
  • ৰাজ্যত আকৌ ভূমিকম্পৰ জোকাৰণি।
  • কোকৰাঝাৰ, গোৱালপাৰা আৰু ধুবুৰীত জোকাৰণি অনুভূত।
  • নিশা ১০.৫৪ বজাত অনুভূত মৃদু জোকাৰণি।
  • ক্ষয়-ক্ষতিৰ কোনো বাতৰি পোৱা হোৱা নাই।