অসম

ছেবাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, জব্দ বহু আপত্তিজনক সামগ্ৰী-গুৰুত্বপূৰ্ণ নথিপত্ৰ…

asomiyapratidin
  • শুকুৰবাৰে ছেবাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
  • দুৰ্নীতি নিবাৰক শাখাৰ ১২ জনীয়া এটা দলে চলাই এই অভিযান।
  • ছেবাৰ সহকাৰী সচিব হেমন্ত ডেকাক জেৰা কৰে দুৰ্নীতি নিবাৰক শাখাই।
  • ইতিমধ্যে জব্দ কৰিছে বহু আপত্তি জনক সামগ্ৰীৰ লগতে গুৰুত্বপূৰ্ণ নথি পত্ৰ।