ডুমডুমাৰ এখন ধাবাত ভয়ংকৰ অগ্নিকাণ্ড।দুপৰীয়া হঠাত্ জ্বলি উঠে ৩৭ নং ঘাইপাথত থকা এই ধাবাখন।মহাষ্টমীৰ দুপৰীয়া সংঘটিত এই ঘটনাক লৈ উত্তেজনা সৃষ্টি।লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত।অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই।