dangor kotha
dangor kotha  
অসম

হাতীগাঁও থানাত আজমলৰ বিৰুদ্ধে গোচৰ...

Asomiya Pratidin
  • বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ তৰিলে দুলু আহমেদে।

  • হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে আহমেদে।

  • হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী যুৱতীক কেন্দ্ৰ কৰি অশালীন মন্তব্য কৰাৰ অভিযোগ।

  • সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা মন্তব্য দিয়াৰ বাবে এ.আই.ইউ.ডি.এফৰ মুৰব্বী গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

  • ২ ডিচেম্বৰ ২০২২ত এই অশালীন মন্তব্য কৰিছিল আজমলে।