অসম

দুলীয়াজানত বিধ্বংসী অগ্নিকাণ্ড…

asomiyapratidin
  • দুলীয়াজানত বিধ্বংসী অগ্নিকাণ্ড।
  • ১৬নং তিনিআলিৰ এখন হোটেলত অগ্নিকাণ্ড।
  • অইলৰ তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ জুই নিৰ্বাপন।
  • লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হোৱাৰ সম্ভাৱনা।
  • মৌচুমী নামৰ হোটেলত সংঘটিত হৈছিল অগ্নিকাণ্ড ।