দুধনৈত এম্বুলেঞ্চৰ খুন্দাত নিহত এজন পথচাৰী।দ্ৰুতবেগী এম্বুলেঞ্চে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত লোকজন।নিহত লোকজনৰ নাম সুজিত্ৰ ৰঞ্জন পাল।দুৰ্ঘটনাৰ পিছতে এম্বুলেঞ্চসহ পলায়ন কৰে চালকে।