অসম

ৰূপহীহাট আৰক্ষীৰ জালত ড্রাগছ সৰবৰাহকাৰী

Asomiya Pratidin
  • ৰূপহীহাট আৰক্ষীৰ জালত ড্রাগছ সৰবৰাহকাৰী

  • জব্দ তিনিটা চাবোনৰ বাকচভৰ্তি ড্রাগছ

  • ধৃত সৰবৰাহকাৰীটোৰ নাম ৱাহিদুৰ ৰহমান

  • ৱাহিদুৰে কেৰালালৈ সৰবৰাহৰ চেষ্টা কৰিছিল ড্রাগছখিনি

  • জব্দকৃত ড্রাগছখিনিৰ ওজন ৪০.৫৭ গ্রাম