অসম

মুকালমুৱাৰ ৩নং লাৰকুছিত আৰক্ষীৰ অভিযান

Asomiya Pratidin
  • মুকালমুৱাৰ ৩নং লাৰকুছিত আৰক্ষীৰ অভিযান

  • অভিযানত নগদ ধনসহ জব্দ ৯টা কণ্টেইনাৰভৰ্তি ড্রাগছ

  • দৌলাশাল আৰক্ষীৰ অভিযানত আটক দুই সৰবৰাহকাৰী

  • আটক জাইদুল হক আৰু নুৰ মহম্মদ নামৰ ২ সৰবৰাহকাৰী

  • জব্দ নগদ ৩ হাজাৰ টকা