অসম

লিডুত জব্দ বৃহৎ পৰিমাণৰ ড্রাগছ...

Asomiya Pratidin
  • ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

  • লিডুত বৃহৎ পৰিমাণৰ ড্রাগছ জব্দ

  • ১২.৫৫ গ্রাম ড্রাগছ, ৪টা মোবাইলসহ জব্দ ১ লাখ ২ হাজাৰ টকা

  • আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলাসহ এজন যুৱকক

  • লিডু টিৰাপ কলিয়ৰীৰ পৰা জব্দ ড্রাগছখিনি