অসম

দক্ষিণ কামৰূপত ৰাইজে কৰায়ত্ত কৰিলে ড্রাগছ সৰবৰাহকাৰী

Asomiya Pratidin
  • দক্ষিণ কামৰূপত ৰাইজে কৰায়ত্ত কৰিলে ড্রাগছ সৰবৰাহকাৰী

  • গৰৈমাৰীৰ ঘোঁৰামাৰা পথাৰ গাঁৱত ড্রাগছসহ কৰায়ত্ত সৰবৰাহকাৰী

  • ধৃত সৰবৰাহকাৰীটো গৰৈমাৰীৰ মহিমাৰী গাঁৱৰ হাৰুনাল

  • হাৰুনালৰ পৰা জব্দ ড্রাগছভৰ্তি ১০টা কণ্টেইনাৰ

  • ৰাইজে জোৰশিমুলী আৰক্ষীক চমজাই দিয়ে ড্রাগছসহ সৰবৰাহকাৰীটো