big news
big news 
অসম

নামৰূপত আটক ড্ৰাগছ সৰবৰাহকাৰী

Asomiya Pratidin
  • নামৰূপ আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।

  • গোলাইবস্তীত ড্রাগছ সেৱনকাৰীৰ লগতে সৰবৰাহকাৰীক আটক।

  • আটক যুৱক দুজন অমৰ মুখাৰ্জী আৰু চিণ্টু দাস।

  • যুৱক দুজনৰ পৰা ৩টা কণ্টেইনাৰত ১০ গ্রাম ড্রাগছ জব্দ।