অসম

শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক…

asomiyapratidin
  • স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।
  • এইবাৰ স্বাধীনতাৰ আনন্দৰ মাজতে শিলচৰত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • অভিযানত জব্দ ৩৯টা ড্রাগছভৰ্তি কণ্টেইনাৰ।
  • জব্দ ১৯.৭০ গ্রাম ব্রাউন ছুগাৰ।
  • আৰক্ষীয়ে গ্রেপ্তাৰ কৰে নিতাই দাস নামৰ সৰবৰাহকাৰীটোক।