অসম

চতিয়াত ড্রাগছসহ আটক ৩জন যুৱক

Asomiya Pratidin
  • চতিয়াত ৩জন যুৱকক ড্রাগছসহ আটক।

  • চতিয়া আৰু বিশ্বনাথ আৰক্ষীয়ে পুৰণা চেণ্টাৰৰ পৰা আটক কৰে তিনিওকে।

  • আটক: ঋষি শইকীয়া, সীমান্ত বৰুৱা, নিহাল সন্দিকৈ।

  • তিনিওৰে পৰা ৩টা ড্রাগছ ভৰ্তি কণ্টেইনাৰ জব্দ।