অসম

হোজাইৰ যমুনামুখত ড্রাগছ মাফিয়াক আটক

asomiyapratidin
  • হোজাইৰ যমুনামুখত ড্রাগছ মাফিয়াক আটক।
  • গোপন সূত্ৰৰ পম খেদি যমুনামুখৰ বালিৰাম গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰিলে ড্রাগছ জনক।
  • ড্রাগছ  মাফিয়া জনৰ নাম আফজল হুছেন ওৰফে ৰাজাক।
  • ধৃত ৰাজাৰ পৰা বহু পৰিমাণৰ নিচাজতীয় টেবলেট আৰু তিনি কেজি গাঞ্জাও জব্দ কৰে আৰক্ষীয়ে।