অসম

ডাঃ সংগীতা দত্ত সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য, আসুৰিক নিৰ্যাতন চলাইছিল সন্তানক

Asomiya Pratidin
  • ডাঃ সংগীতা দত্ত সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য

  • গৰম ইস্ত্রি, গৰম পানী ঢালি অত্যাচাৰ কৰিছিল কণমানিটিক

  • কণমানিটিৰ লগতে বাকী দুটা সন্তান তেওঁৰ নহয় বুলি স্বীকাৰোক্তি

  • আৰক্ষীয়ে জব্দ কৰিছে শিশুটিৰ খেলাৰ সামগ্রী আৰু চাইকেল

  • পুত্র শিশুটিৰ ওপৰতো চলাইছিল নিৰ্যাতন

  • GMCHত স্বাস্থ্য পৰীক্ষাৰ সময়ত পোহৰলৈ সকলো কথা

  • পুত্র শিশুটিৰ গুপ্তাংগতো আঘাতৰ চিন

  • দীৰ্ঘদিন ধৰি শিশুটিৰ ওপৰত চলিছিল নিৰ্যাতন

  • শিশু সুৰক্ষা আয়োগে স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ দিছিল আৰক্ষীক