অসম

ড০ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চানমাৰী থানাত গোচৰ ৰুজু…

asomiyapratidin
  • বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোঁহাইৰ বিৰুদ্ধে গোচৰ ৰুজু।
  • হিন্দু সুৰক্ষা সেনাই ৰুজু কৰে এই গোচৰ।
  • চানমাৰী থানাত হীৰেণ গোঁহাইৰ বিৰুদ্ধে গোচৰ ৰুজু।
  • চাৰ্জিল ইমামৰ সন্দৰ্ভত ড০ হীৰেণ গোঁহাইয়ে দিয়া মন্তব্যক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ।
  • হীৰেণ গোঁহাইয়ে এনে মন্তব্য কৰা কথা অস্বীকাৰ কৰিছিল।
  • কৈছিল- আৱেগক দিয়া কোনো ভাষণক লৈ দেশদ্ৰোহী গোচৰ ৰুজু কৰাতো হাস্যকৰ।
  • ইয়াকে লৈ একাংশই সমালোচনা কৰিছিল ড০ গোঁহাইক।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সংবাদমেল পাতি হীৰেণ গোঁহাইক মৌলবাদীৰ পৃষ্ঠপোষক বুলি আখ্যা দিছিল।