- গুৱাহাটীৰ পানবজাৰস্থিত ডন বস্ক' ৰ সমীপৱৰ্তী অঞ্চলক ঘোষণা কৰা হৈছে কন্টেনমেন্ট জ'ন হিচাপে।
- ৭ দিনৰ বাবে কন্টেনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে অঞ্চলটোক।
- প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
- ২৭ ফেব্রুৱাৰীলৈ কণ্টেইনমেণ্ট জ'ন ঘোষণা।
- দুগৰাকী শিক্ষয়িত্রীৰ দেহত ক'ভিড-১৯ প'জিটিভ পোৱাত এই সিদ্ধান্ত।
- কাইলৈ ক'ভিড টেষ্ট কৰোৱা হ'ব ডনবস্ক'ৰ সকলো শিক্ষকৰ।
- ডনবস্ক'ৰ শিক্ষাৰ্থীৰ দেহত ক'ভিডৰ লক্ষণ দেখা দিলে টেষ্ট কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে।