অসম

ডবকাৰ যমুনা নৈত মহিলাৰ মৃতদেহ উদ্ধাৰ

asomiyapratidin
  • ডবকাৰ উদমাৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ।
  • যমুনা নৈত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ।
  • মৃত মহিলাগৰাকী মিনা দাস বুলি জানিব পৰা গৈছে।
  • মিনা দাসৰ ঘৰত ডবকাৰ যমুনাগাঁৱত।
  • দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী।
  • নদীখনত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল মহিলাগৰাকী।