অসম

ডবকাত দ্ৰুতবেগী টাটা ম’বাইল বাহনৰ খুন্দাত নিহত এজন বাইক আৰোহী

asomiyapratidin
  • ডবকাত দ্ৰুতবেগী টাটা ম'বাইল বাহনৰ খুন্দাত নিহত এজন বাইক আৰোহী।
  • নিহত যুৱকজন ডবকাৰ ভেলৌগুৰিৰ হুছেইন আহমেদ।
  • বাইকেৰে বজাৰলৈ গৈ থকাৰ পথতে পিছফালৰ পৰা টাটা ম'বাইল বাহনখনে খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় যুৱকজন।
  • হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয় হুছেইন আহমেদৰ।