দিছপুৰ সচিবালয়ৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী।বৰ্তমান মুখ্যমন্ত্ৰী উপস্থিত আছে সচিবালয়ত।ক্ষন্তেক সময়ৰ পিছতে অগপৰ ৩ মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰিব পদত্যাগ পত্ৰ।পদত্যাগ পত্ৰ দাখিলৰ বাবে বহু সময়ৰ পৰা অপেক্ষা কৰি আছে অগপৰ ৩ মন্ত্ৰীয়ে