অসম

মহানগৰীৰ দিছপুৰ লাষ্টগে’টত কুঁৱাত পৰি মৃত্যু মহিলাৰ

asomiyapratidin
  • গুৱাহাটীৰ দিছপুৰ লাষ্টগে'টত সংঘটিত হৈছে অঘটন।
  • কুঁৱাত পৰি এগৰাকী মহিলাৰ মৃত্যু।
  • লাষ্টগে'টৰ নামঘৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে।
  • ঘটনাৰ পিছতে অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।