ডিগবৈত ২০ গৰাকী সন্দেহযুক্ত নাগৰিকক আটক। তেজপুৰৰ পৰা অৰুণাচললৈ গৈ থাকোতেই আটক কৰা হয় দলটোক। অৰুণাচলৰ খাৰচাঙত কাম বিচাৰি গৈছিল দলটো। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সন্দেহযুক্ত নাগৰিকৰ দলটোক আটক কৰে।তাৰ পাছতে গতাই দিয়ে আৰক্ষীক।