মৰাণৰ খোৱাঙত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত দুজন...
মৰাণৰ খোৱাঙত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত দুজন... 
ডিব্ৰুগড়

মৰাণৰ খোৱাঙত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত দুজন...

Asomiya Pratidin
  • মৰাণৰ খোৱাং মাধকলিৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

  • ডাম্পাৰে মহটিয়াই নিলে এখন মাৰুতি ভানক।

  • থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত দুজন চিকিৎ‍সালয়ত মৃত্যু।

  • নিহত টিংখঙৰ ১নং ধমন গাঁৱৰ দুলেশ্বৰ সোণোৱাল, অখিল সোণোৱাল।

  • নিহত আনজন কপৌহুৱা গাঁৱৰ ৰঞ্জিত গগৈ বুলি জানিব পৰা গৈছে।

  • দুৰ্ঘটনাগ্রস্ত মাৰুতি বাহনখনৰ নম্বৰ AS-06 X 04435।