- ৰাজ্যত পুনৰ ছাত্ৰীৰ আত্মহত্যা।
- এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে কৰিলে আত্মহত্যা।
- বিশ্ববিদ্যালয়খনৰ আইদেউ সন্দিকৈ ছাত্রী নিৱাসত এই অঘটন।
- ছাত্রী নিৱাসটোৰ আৱাসী ৰঞ্জিতা ছেত্রী নামৰ ছাত্রীগৰাকীৰ আত্মহত্যা।
- মৃত ছাত্রীগৰাকীৰ ঘৰ লখিমপুৰৰ বিহপুৰীয়াত।
- ছাত্ৰীগৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেই বিষয়ে এতিয়াও সবিশেষ তথ্য লাভ কৰা নাই।
- ইয়াৰ পূৰ্বে যোৱা সপ্তাহত তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰীয়ে কৰিছিল আত্মহত্যা।