অসম

ডিব্ৰুগড়ত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, বগীবিল-ধেমাজিৰ মাজত ফেৰী চলাচল বন্ধ

asomiyapratidin
  • ডিব্ৰুগড়ত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
  • অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ পানী।
  • আজিৰে পৰা বন্ধ কৰা হৈছে ডিব্ৰুগড়ৰ বগীবিল আৰু ধেমাজিৰ মাজত চলাচল কৰা ফেৰী সেৱা।
  • জলপৰিবহন বিভাগে বন্ধ কৰিছে এই ফেৰী সেৱা।