অসম

ডিব্ৰুগড়ত নিৰ্বাচনী আচৰণবিধি ভংগ কৰি বিজেপিৰ দলীয় সভা

asomiyapratidin
  • ডিব্ৰুগড়ত নিৰ্বাচনী আচৰণবিধি ভংগ কৰি বিজেপিৰ দলীয় সভা।
  • আৱৰ্ত ভৱনত বিজেপিয়ে আয়োজন কৰিলে দলীয় সভাৰ।
  • ডিব্ৰুগড়ৰ আটাইকেইজন বিধায়কৰ লগতে বহু দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে এই সভাত।
  • পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ দিনাই ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত জাৰি কৰিছিল নিৰ্বাচনী আচৰণবিধি।