- ৰাজ্যত সংঘটিত হোৱা অসম আৰক্ষীৰ এছ আইৰ লিখিত পৰীক্ষাৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকাৰ বাসগৃহত চি আই ডিৰ তালাচী অভিযান।
- এই অভিযানত চি আই ডিয়ে জব্দ কৰিছে এটা লেপটপৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ।
- উল্লেখ্য যে, দিবন ডেকাৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
- দিবন ডেকাৰ লগতে পি কে দত্তৰো কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে।
- উল্লেখ্য যে, এই সমগ্ৰ ঘটনা পোহৰলৈ অহা দিনৰে পৰাই আত্মগোপন কৰি আছে এই দুই অভিযুক্তই।