অসম

ধুবুৰীৰ চাপৰত পথ দুৰ্ঘটনা, নিহত ১

asomiyapratidin
  • ধুবুৰীৰ চাপৰত পথ দুৰ্ঘটনাত নিহত এজন লোক।
  • নিয়ন্ত্ৰণ হেৰুৱাই খুঁটাত খুন্দা অ'ল্ট বাহনৰ।
  • দুৰ্ঘটনাটোত থিতাতে নিহত বাপ্পী জামান নামৰ লোকজন।
  • গুৰুতৰভাৱে আহত গাড়ী চালক মফিদুল ইছলাম।