ধুবুৰীৰ ছাগলীয়াত ২ জুৱাৰীক গ্ৰেপ্তাৰ।. ধৃত মুছতাফিজুৰ ৰহমান আৰু ৰছিদুল ইছলাম। .জুৱাৰী দুটাৰ পৰা জব্দ এটা টিভি, ৫টা মোবাইল আৰু বহু আপত্তিজনক সামগ্ৰী।. আইপিএলৰ জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল অভিযান।