ধুবুৰী সদৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল-
মুঠ জিলা পৰিষদৰ সংখ্যা- ১৭
- বিজেপিয়ে লাভ কৰেঃ ১
- কংগ্ৰেছে লাভ কৰেঃ ১৩
- এ আই ইউ ডি এফে লাভ কৰেঃ ৩
পঞ্চায়ত সভাপতি পদৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৮৯
- কংগ্ৰেছে লাভ কৰেঃ ৪০
- বিজেপিয়ে লাভ কৰেঃ ১০
- এআইইউডিএফে লাভ কৰেঃ ২২
- বিপিএফে লাভ কৰেঃ ১
- অন্যান্যই লাভ কৰেঃ ১০
আঞ্চলিক পঞ্চায়ত সদস্য পদৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৮৫
- কংগ্ৰেছে লাভ কৰেঃ ৩৪
- বিজেপিয়ে লাভ কৰেঃ ৮
- এ আই ইউ ডি এফে লাভ কৰেঃ ২৫
- অন্যান্যই লাভ কৰেঃ ৭
গাঁও পঞ্চায়ত সদস্য পদৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৮৬০
- কংগ্ৰেছে লাভ কৰেঃ ২৭০
- বিজেপিয়ে লাভ কৰেঃ ১০৬
- এআইইউডিএফে লাভ কৰেঃ ১৩৩
- অপই লাভ কৰেঃ ১
- বিপিএফে লাভ কৰেঃ ৩
- অন্যান্যই লাভ কৰেঃ ৯৮
(বৰ্তমানলৈ সম্পূৰ্ণ হোৱা নাই ধুবুৰী জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা)