ধুবুৰীত বি এছ এফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।অভিযানত ড্ৰাগছসহ এজনক আটক।আটকাধীন লোকজনৰ নাম আশৰাফ খান।অভিযানত জব্দ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৪ লাখ টকা।বহুদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি অহাৰ অভিযোগ স্থানীয় একাংশ লোকৰ ।