অসম

দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ'ল যুৱকক...

Asomiya Pratidin
  • ধুবুৰীত নৃশংস হত্যাকাণ্ড।

  • বগৰীবাৰীৰ ৰঙামাটি হিলছত এই হত্যাকাণ্ড।

  • এজন যুৱকক হত্যা কৰি পেলাই থৈ যায়।

  • নিশা দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।

  • নিহত যুৱকজনৰ নাম হাফিজুৰ ৰহমান।

  • বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

  • কি কাৰণে হত্যাকাণ্ড সংঘটিত হ'ল জানিব পৰা হোৱা নাই।