ROAD ACCIDENT
ROAD ACCIDENT  
অসম

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী

Asomiya Pratidin
  • ধিঙৰ ম’হখুঁটিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • সোমবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।

  • তীব্রবেগী ডাম্পাৰে মহটিয়াই নিয়ে এজন বাইক আৰোহীক।

  • যাৰ ফলতে থিতাতে নিহত হয় বাইক আৰোহী গৰাকী।

  • থিতাতে নিহত ম’হখুঁটিৰ বাবুল হক নামৰ লোকজন।

  • দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰসহ চালকৰ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।