অসম

ধিঙত এগৰাকী ১৪ বছৰীয়া কিশোৰীক বলাত্‍কাৰ…

asomiyapratidin
  • নগাঁৱৰ ধিঙত এগৰাকী ১৪ বছৰীয়া কিশোৰীক বলাত্‍কাৰ।
  • স্বপন বিশ্বাস নামৰ যুৱকজনৰ বিৰুদ্ধে এই অভিযোগ।
  • মঙলবাৰে নিশা এখন বিয়াৰ পৰা উভতাৰ পথত বলাত্‍কাৰৰ সন্দেহ।
  • পৰিয়ালৰ লোকে কিশোৰীগৰাকীক জংগলৰ পৰা উদ্ধাৰ কৰে।
  • ৰাইজে যুৱকজনক উত্তম–মধ্যম দি আৰক্ষীক চমজাই দিয়ে।