উজনিমুৱা লাচিত এক্সপ্ৰেছে মহটিয়াই নিলে এল্ট': থিতাতে নিহত চালক...
উজনিমুৱা লাচিত এক্সপ্ৰেছে মহটিয়াই নিলে এল্ট': থিতাতে নিহত চালক... 
ধেমাজি

উজনিমুৱা লাচিত এক্সপ্ৰেছে মহটিয়াই নিলে এল্ট': থিতাতে নিহত চালক...

Asomiya Pratidin
  • জোনাইত ভয়ংকৰ দুৰ্ঘটনা।

  • এখন চলন্ত ৰে’লে মহটিয়ালে এখন এল্ট’ বাহনক।

  • থিতাতে নিহত এল্ট’ বাহনখনৰ চালকজন।

  • নিহত লোকজনক অৰূপ সোণৱোলা বুলি চিনাক্ত।

  • অৰূপৰ ঘৰ জোনাইৰ মেডলা গাঁৱত।

  • এল্ট'বাহনখনক মহটিয়াই নিয়া ৰে'লখন উজনিমুৱা লাচিত এক্সপ্রেছ।

  • প্রায় ২০০ মিটাৰ পৰ্যন্ত ৰে'লখনে মহটিয়াই নিয়ে এল্টখন।