ধেমাজি

চিলাপথাৰত ধুমুহা বতাহ আৰু শিলাবৃষ্টি

Asomiya Pratidin
  • চিলাপথাৰত ধুমুহা বতাহ আৰু শিলাবৃষ্টি

  • বৰ্তমানলৈকে ক্ষয়-ক্ষতি পৰিমাণ জানিৱ পৰা হোৱা নাই

  • প্ৰায় ১৫ মিনিটে ধৰি ধুমুহাজাকে চিলাপথাৰত বহু ক্ষতি সাধন কৰে

  • প্ৰকাণ্ড গছ ভাঙি ঘৰত পৰি, কথমপি প্ৰাণ ৰক্ষা ভিতৰত থকা লোকৰ

  • বৰ্তমানে বিদুৎ সংযোগ ব্যাহত হৈ আছে চিলাপথাৰত।