ধেমাজিত তৃতীয় দিনাও অব্যাহত ভোটগণনা।
বৰ্তমানলৈকে ঘোষিত জিলা পৰিষদসমূহৰ ফলাফল অনুসৰি-
- ১নং ধেমাজি জিলা পৰিষদত নিৰ্দলীয় প্ৰাৰ্থী গহীন গগৈ জয়ী।
- ২নং মাছখোৱা জিলা পৰিষদত বিজেপি প্ৰাৰ্থী বৰ্ণালী বৰগোহাঁইৰ জয়।
- ৪নং চিচিবৰগাঁও জিলা পৰিষদত বিজয়ী হৈছে বিজেপি প্ৰাৰ্থী বাবুল চুতীয়া।
- ৫নং চিচিটঙানী জিলা পৰিষদত সন্মিলিত গণশক্তিৰ বন্তি পেগু জয়ী।