অসম

ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাত নতুন মুখ্য পৰিচালকৰ যোগদান…

asomiyapratidin


ডিজিটেল সংবাদ ,ধেমাজিঃ ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ মুখ্য পৰিচালক হিচাপে নতুন কৈ সোমবাৰে কৃষ্ণ বাহাদুৰ ঠাকুৰীয়ে যোগদান কৰে ৷ উল্লেখ্য যে দুমাহৰ পূৰ্বে বদলি হৈ যোৱা মুখ্য পৰিচালক গৰাকীৰ অবিহনে বেংকটোৰ উপ – পৰিচালক গৰাকীয়েই বেংকৰ কাম কাজ চলাই আছিল ৷ বিগত দুমাহ দিন ধৰি মুখ্য পৰিচালক গৰাকীৰ নোহোৱা বাবে বেংকটোৰ হাজাৰ হাজাৰ গ্ৰাহকে কে . ৱাই.চি আপডেটেশ্বন কে ধৰি অন্যান্য বহু সমস্যাৰ সন্মূখীন হৈছিল