অসম

ধেমাজিৰ জোনাইত অঘটনঃ নাও দুৰ্ঘটনাত কিশোৰী সন্ধানহীন…

asomiyapratidin
  • ধেমাজিৰ জোনাইত অঘটন।
  • নাও দুৰ্ঘটনাত কিশোৰী সন্ধানহীন।
  • জোনাইৰ ৰাকুট কেমেৰেত জোনাই নৈত নাও দুৰ্ঘটনা
  • ৰশ্মি দেউৰী নামৰ এগৰাকী ১২ বছৰীয়া কিশোৰী সন্ধানহীন
  • দুৰ্ঘটনাগ্ৰস্থ নাওখনত আছিল ৭ গৰাকী যাত্ৰী
  • উদ্ধাৰ অভিযান অব্যাহত SDRF বাহিনীৰ