অসম

ঢেকীয়াজুলিত বিধ্বংসী অগ্নিকাণ্ড

asomiyapratidin
  • ঢেকীয়াজুলিত বিধ্বংসী অগ্নিকাণ্ড।
  • জুইত জাহ গ'ল লক্ষাধিক টকাৰ সা-সামগ্ৰী।
  • ৫খন কৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত।
  • বৰ্তমানলৈকে জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।