অসম

এন চি ডি কলেজৰ উপাধ্যক্ষৰ বাসগৃহত অভিযান, জব্দ ৫০৭লিটাৰ চোৰাং ডিজেল

asomiyapratidin
  • চোৰাং ডিজেল আৰু বৃহৎ পৰিমাণৰ লোহা জব্দ ঢকুৱাখানাত।
  • এন চি ডি মহাবিদ্যালয়ৰ উপাধ্যক্ষ তচিল শইকীয়াৰ বাসগৃহৰপৰা জব্দ সামগ্ৰীখিনি।
  • জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে ৫০৭ লিটাৰ ডিজেল।
  • তচিল শইকীয়াৰ বাসগৃহৰ শৌচালয়ৰ পৰা জব্দ কৰে সামগ্ৰীখিনি।
  • আৰক্ষী, খাদ্য আৰু অসামৰিক যোগান বিভাগে চলাইছিল অভিযান।
  • ঢকুৱাখনা মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ কাকুমণি শইকীয়াৰ নেতৃত্বত চলাই এই অভিযান।
  • আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে এগৰাকী মহিলাক।