অসম

ঢকুৱাখনাত বিজেপিৰ কাৰ্যালয়ৰ পিছত এইবাৰ জ্বলি ছাই হ’ল অগপৰ কাৰ্যালয়

asomiyapratidin
  • ঢকুৱাখনাত বিজেপিৰ কাৰ্যালয়ৰ পিছত এইবাৰ জ্বলিল অগপৰ কাৰ্যালয়।
  • প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে অগপৰ কাৰ্যালয়।
  • কাৰ্যালয়ৰ সকলো নথি-পত্ৰ জ্বলি শেষ।
  • পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰক্ষীয়ে।
  • কিছুসময়ৰ পূৰ্বে জ্বলাই দিয়া হৈছিল বিজেপিৰ কাৰ্যালয়।